শব্দ--
|
বিপৰীত অৰ্থ/
|
অলপ-
|
বেছি,
|
অনুকুল-
|
প্ৰতিকুল,
|
অন্তৰ/ ভিতৰ
|
বাহিৰ
|
অন্ধকাৰ/ আন্ধাৰ
|
পোহৰ
|
অনুৰাগ
|
বিৰাগ
|
অন্ধ
|
চাক্ষুষ
|
অক্ষম
|
সক্ষম
|
আদি
|
অন্ত
|
আপোন
|
পৰ
|
আমদানি
|
ৰপ্তানি
|
আশা
|
নিৰাশা
|
আশীৰ্বাদ
|
অভিশাপ
|
আদৰ
|
অনাদৰ
|
আস্তিক
|
নাস্তিক
|
আদান
|
প্ৰদান
|
আয়
|
ব্যয়
|
আৰম্ভ
|
শেষ / সমাপ্ত
|
আকাশ
|
পাতাল
|
আচামী
|
ফৰিয়াদী
|
ইহকাল
|
পৰকাল
|
ইচ্ছা
|
অনিচ্ছা
|
উচিত
|
অনুচিত
|
উৰ্বৰ
|
অনুৰ্বৰ
|
উপকাৰ
|
অপকাৰ
|
উচ্চ
|
নীচ
|
উত্তম
|
অধম
|
উন্নতি
|
অৱনতি
|
এন্ধাৰ
|
পোহৰ
|
ঐক্য
|
অনৈক্য
|
ওখ
|
চাপৰ
|
কম
|
বেছি
|
কৃতজ্ঞ
|
অকৃতজ্ঞ / কৃতঘ্ন
|
কৃপণ
|
খৰচী
|
কৃষ্ণপক্ষ
|
শুক্লপক্ষ
|
কঠিন
|
সহজ
|
কামিলা
|
অকামিলা
|
খহটা
|
মিহি
|
গহিন
|
চঞ্চল
|
গভীৰ
|
তৰাং
|
গ্ৰহণ
|
বৰ্জন
|
গধুৰ
|
পাতল
|
গৰিষ্ঠ
|
লঘিষ্ট
|
গুৰু
|
শিষ্য
|
গৰম
|
ঠাণ্ডা
|
গোলাম
|
বান্দী
|
গুণ
|
দোষ
|
ঘন
|
পাতল
|
ঘৰচীয়া
|
বনৰীয়া
|
চেতন
|
অচেতন
|
জয়
|
পৰাজয়
|
জীৱন
|
মৰণ
|
জাৰ
|
জহ
|
জন্ম
|
মৃত্যু
|
নবীন
|
পুৰণী
|
নিন্দা
|
প্ৰশংসা
|
পবিত্ৰ
|
অপবিত্ৰ
|
পণ্ডিত
|
মুৰ্খ
|
পাপ
|
পূণ্য
|
পৰিষ্কাৰ
|
অপৰিষ্কাৰ
|
প্ৰাচ্য
|
পাশ্চাত্য
|
প্ৰচুৰ
|
অলপ
|
প্ৰশ্ন
|
উত্তৰ
|
বিস্তৃত
|
সংক্ষিপ্ত
|
বাম
|
দ’
|
বিধি
|
অবিধি
|
বাদী
|
প্ৰতিবাদী
|
বিদ্বান
|
মুৰ্খ
|
বন্ধু
|
শত্ৰু
|
বহল
|
ঠেক
|
বিষাদ
|
হৰ্ষ
|
বিনয়
|
গৰ্ব
|
ভূত
|
ভৱিষ্যত
|
ভদ্ৰ
|
অভদ্ৰ
|
মান
|
অপমান
|
মিত্ৰ
|
শত্ৰু
|
যশ
|
অপযশ
|
যোগ
|
বিয়োগ
|
ৰ’দ
|
বৰষুণ
|
শান্ত
|
দুষ্ট
|
শোক
|
হৰ্ষ
|
সঁচা
|
মিছা
|
স্বাধীন
|
পৰাধীন
|
সধবা
|
বিধবা
|
সদাচাৰ
|
কদাচাৰ
|
সুগম
|
দুৰ্গম
|
সৃষ্টি
|
ধ্বংস
|
ৰজা
|
প্ৰজা
|
শুক্ল
|
কৃষ্ণ
|
স্থিৰ
|
অস্থিৰ
|
স্থাৱৰ
|
অস্থাৱৰ
|
সঞ্চয়
|
অপচয়, ব্যয়
|
সুখ
|
দুখ
|
সত্য
|
অসত্য
|
হৰ্ষ
|
বিষাদ
|
হ্ৰাস/ হ্ৰস্ব
|
দীৰ্ঘ
|
হিংসা
|
অহিংসা/ প্ৰেম
|
ক্ষয়
|
বৃদ্ধি
|
# Opposite Word in Assamese // বিপৰীত অৰ্থ বুজোৱা শব্দ
সুগন্ধ
ReplyDeleteদুৰ্গন্ধ
Deleteসুসুপ্তি ৰ বিপৰীত কি হব
ReplyDelete